পুৱাই আহিল ৩.২ প্ৰাবল্যৰ ভূমিকম্প...

পুৱাই আহিল ৩.২ প্ৰাবল্যৰ ভূমিকম্প...

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই ভূমিকম্পই জোকাৰি গৈছে চুবুৰীয়া ৰাজ্য অৰুণাচলক । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ তীব্ৰতা আছিল ৩.২ । আজি পুৱা ৬ বাজি ৩৪ মিনিটত আহিছিল কম্পনটো ।

এই ভূমিকম্পৰ মুখ্য স্থান হৈছে ৰাজ্যখনৰ পশ্চিম কামেং । ভূপৃষ্ঠৰ পৰা ৩৩ কিলোমিটাৰ নিলগত আছিল এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ ।

পুৱাই আহিল ৩.২ প্ৰাবল্যৰ ভূমিকম্প...
আজি বিহাৰ পৌৰ নিৰ্বাচনৰ ভোটগণনা: ৮০৬ টা পদত অৱতীৰ্ণ ৪,৪৩১ জন প্ৰাৰ্থী...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in