New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/pakistan-earthquake-3-copy.jpg)
earthquake
অৰুণাচলৰ দিবাং ভেলীত ভূমিকম্প।
সন্ধিয়া ৬ বাজি ২৭ মিনিটত অনুভূত হয় এই কম্পন।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.৪।
ভূ পৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ নিলগত আছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ।
এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।