
অন্ত পৰিল মেঘালয়ৰ ৰাজনীতিৰ জল্পনা কল্পনা
৭ মাৰ্চত মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব কনৰাড চাংমাই
এন পি পি এ, বি জে পি, এইচ এচ বি পি আৰু দুজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন লাভ কৰিছে ৰাজ্যপাল ফাগু চৌহানৰ তাত দাখিল কৰিলে ৩২ বিধায়কৰ তালিকা
৭ মাৰ্চত দ্বিতীয় বাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব কনৰাড চাংমাই।