New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-overtake.jpg)
- পূৱ ত্ৰিপুৰা লোকসভা সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰেৱতী ত্ৰিপুৰা।
- বৰ্তমানলৈকে বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২২৭১৫৯ টা ভোট।
- আনহাতে কংগ্ৰেছ প্ৰাৰ্থী মহাৰেজ কুমাৰী প্ৰজ্ঞা দেৱ বৰ্মনে লাভ কৰিছে ১৩১৪৬৫টা ভোট।
- সমষ্টিটোৰ নোটা ভোটৰ সংখ্যা হৈছে ৫৪৭৮টা।
- সমষ্টিটোৰ চিপিআই প্ৰাৰ্থী জীতেন্দ্ৰ চৌধুৰীয়ে লাভ কৰিছে ৯৫২২২টা ভোট।
- আনহাতে পশ্চিম ত্ৰিপুৰা সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী প্ৰতিমা ভৌমিক।
- বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২০৪১৯৭টা ভোট।
- কংগ্ৰেছ প্ৰাৰ্থী চুবাল ভৌমিকে লাভ কৰিছে ৯৭৭৪৯টা ভোট।
- আনহাতে চিপিএম প্ৰাৰ্থী শংকৰ প্ৰসাদ দত্তই লাই কৰিছে ৬১৩০৬টা ভোট।
- সমষ্টিটোৰ নোটা ভোটৰ সংখ্যা হৈছে ৪৩৩৭টা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us