New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে আত্মহনন কৰাৰ হুংকাৰ।
- নৰেন্দ্ৰ মোডীৰ সন্মুখত আত্মহননৰ হুংকাৰ মেঘালয়ৰ বিজেপি প্ৰাৰ্থী চানবৰ চুল্লাইৰ।
- নাগৰিকত্ব সংশোধনী বিধেয়ক বলৱত্ কৰাৰ ঘোৰ বিৰোধিতা।
- ইয়াৰ পূৰ্বেও বিৰোধিতা কৰিছিল বিধেয়কৰ।
- ৮ জানুৱাৰীত জোৱাইৰ জনসভাতো বিৰোধিতা কৰিছিল বিধেয়কখনৰ।
- প্ৰধানমন্ত্ৰীয়ে উপেক্ষা কৰিলে বিজেপি ত্যাগ কৰিম বুলিও হুংকাৰ।
- বিধেয়কখন গৃহীত নকৰিবলৈ দিল্লীতো প্ৰধানমন্ত্ৰীক সাক্ষাত্ কৰিছিল বিজেপি প্ৰাৰ্থীজনে।