New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- ভোটগ্ৰহণ চলি থকাৰ মাজতে অৰুণাচলৰ টিৰাপ জিলাত উত্তপ্ত পৰিস্থিতি।
- এনএছচিএন (আইএম)ৰ গুলীচালনাত আহত কেইবাজনো লোক।
- বৃহস্পতিবাৰে টিৰাপ জিলাৰ বেৰাবস্তিত ভোটগ্ৰহণ চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।
- একেদিনাই মক্তুৱাৰ ভোটকেন্দ্ৰতো সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
- ভোটকেন্দ্ৰটোত এনপিপি আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ।
- অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় চি আৰ পি এফে।
- গুলীচালনাত সামান্য ভাৱে আহত হয় কেইবাজনো লোক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us