New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশত বৃহৎ ভূমিস্খলন।
- অকাজান-লিকাবালি সংযোগী ৬৩ কিঃ মিঃ দূৰত্বত ভূমিস্খলন।
- অৰুণাচল প্রদেশৰ লাপাৰাদা জিলাৰ ৰিলো গাঁৱত ভূমিস্খলনৰ ঘটনা।
- বন্ধ কৰি দিয়া হৈছে চিয়াং জিলাৰ ডুপু গাঁৱৰ সমীপৰ আলুমেচুকা পথ।
- ভূমিস্খলনৰ ফলত প্রায় বন্ধ হৈ পৰিছে যাতায়াত।