New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/e7eb6a5f-18ed-4297-92b0-60575804235a.jpg)
- অৰুণাচলৰ উপ মুখ্য মন্ত্ৰী চৌনা মিনে কৰিলে ভোটদান।
- নামচাইৰ সমীপৰ মহং ভোট কেন্দ্ৰত সাধাৰণ লোকৰ সৈতে শাৰী পাতি সাব্যস্ত কৰিলে ভোটদান ৷
- চৌনা মিনে এইবাৰ ৪৬ চৌখাম বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
- শান্তিপূৰ্ণভাৱে চনি আছে ভোটগ্ৰহণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us