New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-agrani.jpg)
- অৰুণাচলত দুয়োটা লোকসভা সমষ্টিতেই বিজেপি প্ৰাৰ্থী অগ্ৰগতি।
- অৰুণাচলৰ পশ্চিম সমষ্টিত বৃহৎ ব্যৱধানত আগবাঢ়ি আছে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু।
- অৰুণাচল পূৱ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তাপি গাৰোৰ বৃহৎ অগ্ৰগতি।
- দুয়োটা সমষ্টিতেই বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি প্ৰাৰ্থীদ্বয়।
- ৩০ শতাংশৰো অধিক ভোটগণনা সম্পন্ন হৈছে।