স্বাধীনতা দিৱসৰ মাজতে সেনা-এন এছ চি এনৰ সংঘৰ্ষ : ২ জন সেনা আহত…

স্বাধীনতা দিৱসৰ মাজতে সেনা-এন এছ চি এনৰ সংঘৰ্ষ : ২ জন সেনা আহত…

author-image
asomiyapratidin
New Update
নৱম শ্রেণীৰ ছাত্রীক ধৰ্ষণ ট্রাক চালকৰ…

  • স্বাধীনতা দিৱসৰ মাজতে সেনা-বিদ্ৰোহী সংগঠনৰ সংঘৰ্ষ।
  • নাগালেণ্ডত সেনাৰে সংঘৰ্ষত লিপ্ত হ'ল এন এছ চি এন।
  • নাগালেণ্ডৰ মন জিলাৰ নাংছা বস্তিত সংঘটিত হৈছে এই ঘটনা।
  • পুৱতি নিশা হোৱা সংঘৰ্ষত আহত হৈছে ২ জনকৈ আছাম ৰাইফলছৰ জোৱান।
  • আহত দুই জোৱানক হাস্পতালত ভৰ্তি।
  • কেই দিনমান পূৰ্বে অৰুণাচল সীমান্তৰ লগতে নাগালেণ্ড সীমান্ততো আছাম ৰাইফলছৰ কেম্পত আক্ৰমণ চলাইছিল এন এছ চি এনে।
  • এই ঘটনাৰ পিছত পুনৰ সংঘটিত হোৱা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।