/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/86f24b28-f8a7-4aa0-8b3d-128e3778afd9/NSCN_27.jpg)
৩১ গৰাকী আছাম ৰাইফলছৰ জোৱানক আৱদ্ধ কৰিলে NSCN (IM) নাগা আৰ্মিয়ে...
-
নাগালেণ্ডত এন এছ চি এন আই এম নাগা আৰ্মিয়ে আৱদ্ধ কৰিলে আছাম ৰাইফলছৰ জোৱানক।
-
৩১ জনকৈ আছাম ৰাইফলছৰ জোৱানক আৱদ্ধ কৰাৰ খবৰ।
-
৩১ গৰাকী জোৱানেই আছিল ২৫ নং আছাম ৰাইফলছৰ।
-
নাগালেণ্ডৰ ক'হিমা জিলাত সংঘটিত হৈছে এই ঘটনা।
-
এন এছ চি এনৰ এলেকাত আছাম ৰাইফলছৰ দলটোৱে প্ৰৱেশ কৰাৰ বাবেই সংঘটিত হৈছে এই ঘটনা।
-
দুয়োপক্ষৰ মাজত তীব্ৰ বাক- বিতণ্ডা।
-
আজি বিয়লি প্ৰায় আঢ়ৈ বজাত সংঘটিত হৈছে এই ঘটনা ।
-
আছাম ৰাইফলছৰ বিৰুদ্ধে যুদ্ধ বিৰতি নিয়ম ভংগৰ অভিযোগ।
-
যুদ্ধ বিৰতিৰ নিয়ম অনুসৰিয়েই অৱশেষত অস্ত্ৰসহ আছাম ৰাইফলছ দলটোক মুকলি কৰি দিয়ে এন এছ চি এন আই এম নাগা আৰ্মিয়ে।