শেহতীয়া খবৰ
কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...

নিৰ্বাচিত হ’ল দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি…

  • দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্রপতি পদত জগদীপ ধনখড়।
  • এম ভেংকায়া নাইডুৰ স্থলাভিষিক্ত হ’ব জগদীপ ধনখড়।
  • জগদীপ ধনখড়ৰ প্রতিদ্বন্দ্বী আছিল মাৰ্গাৰেট আলভা ।
  • ৫২৮টা ভোট লাভ কৰে NDAৰ উপ-ৰাষ্ট্রপতি পদৰ প্রাৰ্থীজনে।
  • প্রতিদ্বন্দ্বী মাৰ্গাৰেট আলভাই লাভ কৰে ১৮২টা ভোট।
  • ১১ আগষ্টত শপত গ্ৰহণ কৰিব নব-নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।

আৰু পঢ়ক : কমনৱেলথ গেমছত আগবাঢ়িল ভাৰতীয় মহিলা দল…