বিধায়কক মহিলাৰ চৰ

বিধায়কক মহিলাৰ চৰ

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল ডেস্ক : উদ্দেশ্য আছিল ঠিকেই,কিন্তু ভাগ্যহে বেয়া। বানপানীৰ খবৰ ল'বলৈ গৈ মহিলাৰ চৰ খাবলগীয়া হ'ল এগৰাকী বিধায়কে। এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাত।

জননায়ক জনতা পাৰ্টীৰ ঈশ্বৰ সিঙ নামৰ বিধায়কগৰাকী গৈছিল ৰাজ্যখনৰ ভাটীয়া গাওঁ নামৰ গাঁৱখনত সৃষ্টি হোৱা বানপানীৰ খবৰ ল'বলৈ। বানত বুৰ যোৱা গাঁৱখনৰ এগৰাকী মহিলাই অভিযোগ তুলি বিধায়ক ঈশ্বৰ সিঙক চৰ শোধায়। সম্প্ৰতি এই সমগ্ৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে।

Also Read: আজি মহাকাশলৈ বুলি যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে

slap hariyana