দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰ পথত ডি ৱাই চন্দ্রচূড়

পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰ পথত ডি ৱাই চন্দ্রচূড়
দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰ পথত ডি ৱাই চন্দ্রচূড়
  • ডি ৱাই চন্দ্রচূড় দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনা।

  • বৰ্তমানৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে প্রস্তাৱ কৰিলে নাম।

  • আইন মন্ত্রী কিৰেণ ৰিজিজুলৈ প্রেৰণ ডি ৱাই চন্দ্রচূড়ৰ নাম।

  • ৮ নৱেম্বৰত অৱসৰ গ্রহণ কৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in