New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3325ac22-9c54-434c-a41b-02261a58dcf8/cji.jpg)
-
ডি ৱাই চন্দ্রচূড় দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনা।
-
বৰ্তমানৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে প্রস্তাৱ কৰিলে নাম।
-
আইন মন্ত্রী কিৰেণ ৰিজিজুলৈ প্রেৰণ ডি ৱাই চন্দ্রচূড়ৰ নাম।
-
৮ নৱেম্বৰত অৱসৰ গ্রহণ কৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশে।