ছত্তীশগড় মাওবাদীৰ আক্ৰমণত ৩ জোৱান ছহিদ...

ছত্তীশগড় মাওবাদীৰ আক্ৰমণত ৩ জোৱান ছহিদ...
ছত্তীশগড় মাওবাদীৰ আক্ৰমণত ৩ জোৱান ছহিদ...

ডিজিটেল ডেস্কঃ ছত্তীশগড়ত আজি পুনৰ মাওবাদীৰ আক্ৰমণত ৩ গৰাকী সুৰক্ষা কৰ্মী ছহিদ হোৱাৰ ঘটনা সংঘটিত হৈছে। আজি পুৱাই ছত্তীশগড়ৰ চুকমা জিলাত মাওবাদীৰ আক্ৰমণত ৩ গৰাকী সুৰক্ষা কৰ্মীৰ মৃত্যু হয়।

সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি জিলা ৰিজাৰ্ভ গাৰ্ড, ডি আৰ জিৰ এটা দলে জাগৰগুণ্ডা এলেকাত তালাচী চলাই আছিল। সেই সময়তে কুন্দৰ নামৰ এক অঞ্চলৰ কাষত সংঘটিত হৈছিল এক এনকাউণ্টাৰৰ ঘটনা।

য'ত ৩ জন জোৱানে প্ৰাণ ত্যাগ কৰে। এই ঘটনাৰ পিছতে ঘটনাস্থলীলৈ অতিৰিক্ত সুৰক্ষা বাহিনীৰ দল প্ৰেৰণ কৰা হৈছে। অৱশ্যে এই পৰ্যন্ত এই ঘটনাৰ সৈতে জড়িত মাওবাদীৰ কোনো কেডাৰকে আটক কৰিবলৈ সক্ষম হোৱা নাই।

ছত্তীশগড় মাওবাদীৰ আক্ৰমণত ৩ জোৱান ছহিদ...
মোৰ ইনিংছ শেষ : কংগ্ৰেছক ছোনিয়াৰ গুড বাই !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in