/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8fdf2a80-50a9-41f1-ac2f-f74545de8eac/telengana_3.jpg)
৩ ৰাজ্যত পৰাস্ত ! তেলেংগানাত বৰ্তমান কি অৱস্থা কংগ্ৰেছৰ? চাওঁক এই খবৰ...
তেলেংগানাত ৬৩ খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ।
দলটোৱে ১৩ আসনত বিজয় সাব্যস্ত কৰিছে।
এতিয়াও অগ্ৰগতি লাভ কৰি আছে ৫০ খন আসনত।
বি আৰ এছ আগবাঢ়ি আছে ৪০ খন আসনত।
ইয়াৰে ৭ খন আসনত দলটোৱে বিজয় সাব্যস্ত কৰিছে।
দলটো আগবাঢ়ি আছে আন ৩৩ খন আসনত।
বিজেপি ১ খন আসনত বিজয়ী হোৱাৰ লগতে আন ৮ খন আসনত আগবাঢ়িছে।
এ আই এম আই এম ৬ খন আসনত আৰু চি পি আই ১খনকৈ আসনত আগবাঢ়ি আছে।
Also Read: কাকতলীয় সংযোগ নে ইতিহাসৰ প্ৰতিশোধ? ভূপাল গেছ ট্ৰেজেডীৰ দিনটোতে কংগ্ৰেছ পৰাস্ত...