৩ ৰাজ্যত পৰাস্ত ! তেলেংগানাত বৰ্তমান কি অৱস্থা কংগ্ৰেছৰ? চাওঁক এই খবৰ...

৩ ৰাজ্যত পৰাস্ত ! তেলেংগানাত বৰ্তমান কি অৱস্থা কংগ্ৰেছৰ? চাওঁক এই খবৰ...
৩ ৰাজ্যত পৰাস্ত ! তেলেংগানাত বৰ্তমান কি অৱস্থা কংগ্ৰেছৰ? চাওঁক এই খবৰ...
  • তেলেংগানাত ৬৩ খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ।

  • দলটোৱে ১৩ আসনত বিজয় সাব্যস্ত কৰিছে।

  • এতিয়াও অগ্ৰগতি লাভ কৰি আছে ৫০ খন আসনত।

  • বি আৰ এছ আগবাঢ়ি আছে ৪০ খন আসনত।

  • ইয়াৰে ৭ খন আসনত দলটোৱে বিজয় সাব্যস্ত কৰিছে।

  • দলটো আগবাঢ়ি আছে আন ৩৩ খন আসনত।

  • বিজেপি ১ খন আসনত বিজয়ী হোৱাৰ লগতে আন ৮ খন আসনত আগবাঢ়িছে।

  • এ আই এম আই এম ৬ খন আসনত আৰু চি পি আই ১খনকৈ আসনত আগবাঢ়ি আছে।

৩ ৰাজ্যত পৰাস্ত ! তেলেংগানাত বৰ্তমান কি অৱস্থা কংগ্ৰেছৰ? চাওঁক এই খবৰ...
কাকতলীয় সংযোগ নে ইতিহাসৰ প্ৰতিশোধ? ভূপাল গেছ ট্ৰেজেডীৰ দিনটোতে কংগ্ৰেছ পৰাস্ত...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in