'ইডি'ৰ জেৰাৰ সন্মুখীন হ’ব তেজস্বী যাদৱ

Land for job (চাকৰিৰ বাবে ভূমি) কেলেংকাৰীয়ে কঁপাইছে বিহাৰৰ ৰাজনীতি। এতিয়াও অব্যাহত আছে বিহাৰত EDৰ ধাৰাবাহিক তদন্ত। লালুপ্ৰসাদৰ পাছত মঙ্গলবাৰে পুত্ৰ তেজস্বী যাদৱক চলোৱা হ'ব জেৰা।

author-image
Asomiya Pratidin
New Update
'ইডি'ৰ জেৰাৰ সন্মুখীন হ’ব তেজস্বী যাদৱ

ডিজিটেল ডেস্কঃ Land for job (চাকৰিৰ বাবে ভূমি) কেলেংকাৰীয়ে কঁপাইছে বিহাৰৰ ৰাজনীতি। এতিয়াও অব্যাহত আছে বিহাৰত EDৰ ধাৰাবাহিক তদন্ত। লালুপ্ৰসাদৰ পাছত মঙ্গলবাৰে পুত্ৰ তেজস্বী যাদৱক চলোৱা হ'ব জেৰা।

Advertisment

আজি EDৰ জেৰাৰ সন্মুখীন হ’ব তেজস্বী যাদৱ । Land for job কেলেংকাৰীৰ গোচৰত EDয়ে জেৰা কৰিব তেজস্বীক । সোমবাৰে ১০ ঘণ্টা ধৰি ED য়ে জেৰা কৰিছিল লালুপ্রসাদ যাদৱক । ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনৰ বাসগৃহতো ইডিয়ে চলাইছিল তালাচী । হেমন্ত চোৰেনৰ বাসগৃহৰ পৰা বহু গুৰুত্বপূৰ্ণ নথিপত্রসহ এখন BMW বাহন জব্দ কৰে ED-এ ।

Also Read: বাইক চোৰৰ সন্দেহত যুৱকক গণ প্ৰহাৰ

land for job tejaswi yadav enforcement directorate