/asomiyapratidin/media/media_files/2025/09/14/1-2025-09-14-14-43-53.jpg)
ডিজিটেল সংবাদ, দিল্লীঃ নতুন দিল্লীৰ K'mon টেবুল টেনিছ একাডেমিত চানৰাইজ স্প'ৰ্টচ ফাউণ্ডেচনৰ উদোগ্যত টেবুল টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। এই প্ৰতিযোগিতাখনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ৬০ জন প্ৰতিযোগীয়ে অংশগ্রহণ কৰিছে।
জানিব পৰা মতে, উক্ত প্ৰতিযোগিতাখন মুঠ ৫ টা শাখাত অনুষ্ঠিত কৰা হৈছে। চানৰাইজ স্প'ৰ্টচ ফাউণ্ডেচনৰ সভাপতি দিগন্ত বৰুৱাই সকলো প্ৰতিযোগীক ধন্যবাদ জ্ঞাপন কৰিছে।