New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ca879f33-1079-4fb8-aa7c-d01f093f139f/111.jpg)
উচ্চতম ন্যায়ালয়ত নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত শুনানি
৫ জনীয়া বিচাৰপীঠে গ্রহণ কৰে শুনানি
অসম সন্মিলিত মহাসংঘৰ আবেদনৰ ভিত্তিত এই শুনানি
১৩ ডিচেম্বৰত পুনৰ শুনানি গ্রহণ কৰিব আদালতে
ভিত্তিবৰ্ষ ১৯৫১ হ’ব লাগে বুলি আবেদন জনাইছিল মহাসংঘই