/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/577f425a-7201-4205-9ac8-cd67a20a3444/SUBRATA_ROY_14.jpg)
ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান...
-
দেশৰ প্ৰখ্যাত উদ্যোগপতি সুব্ৰত ৰয়ৰ দেহাৱসান।
-
ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক আছিল সুব্ৰত ৰয়।
-
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।
-
মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
-
দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সুব্ৰত ৰয়।
-
বুধবাৰে মুম্বাইৰ পৰা লক্ষ্ণৌলৈ নিয়া হ'ব ৰয়ৰ মৃতদেহ।
Also Read: দক্ষিণ কামৰূপ সচেতন মঞ্চৰ উদ্যোগত মামণি ৰয়ছম গোস্বামীৰ জনম দিন পালন...