/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b3f0c2a8-2b9c-414b-9d4a-486625e2af60/rahu.jpg)
ছোনিয়া-ৰাহুল
ভূপালত জৰুৰী অৱতৰণ ছোনিয়া গান্ধীৰ বিমান।
প্রতিকূল বতৰৰ বাবে জৰুৰী অৱতৰণ বিমানখনৰ।
একেখন বিমানতে আছিল ৰাহুল গান্ধীও।
বেংগালুৰুৰ পৰা দিল্লীলৈ উৰা মাৰিছিল বিমানখন।
বেংগালুৰৰ বিৰোধীদলৰ বৈঠকত অংশ লৈ উভতিছিল মাতৃ-পুত্ৰ।
ইণ্ডিগ' বিমানৰ জৰিয়তে দুয়ো দিল্লীলৈ ৰাওনা হোৱাৰ সম্ভাৱণা আছে।
বৰ্তমান দুয়ো ভূপাল বিমানবন্দৰৰ ভিআইপি কক্ষত আছে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us