ডিজিটেল ডেস্ক : মুছলমানকলৈ জনপ্ৰিয় সংগীত শিল্পী লাকী আলীয়ে কৰা বিশেষ মন্তব্যই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে। শিল্পীগৰাকীয়ে নিজৰ এক্স হেণ্ডলত মুছলমান সন্দৰ্ভত এই মন্তব্য কৰে।
শিল্পীগৰাকীয়ে লিখিছে - মুছলমান মানেই বৰ্তমান পৃথিৱীত অকলশৰীয়া। গোটেই বিশ্বই মুছলমানক এতিয়া সন্ত্ৰাসবাদী বুলি অভিহিত কৰে।
অৱশ্যে কি সন্দৰ্ভত তেঁও প’ষ্টটো কৰিলে সেই সম্পৰ্কে উল্লেখ কৰা নাই। মুছলমানসকল ক্ৰমশঃ নিসংগ হৈ পৰা বুলি ইংগিত দিয়ে। তেঁওৰ এই প’ষ্টটোৰ পিচতে বিভিন্নজনে লাকী আলীক সান্ত্বনা দিছে।
Also Read: প্ৰতি বছৰে ২৫ জুনত পালন কৰিব সংবিধান হত্যা দিৱসঃ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধিসূচনা...
সামাজিক মাধ্যমত সংগীত শিল্পী লাকী আলীৰ বিস্ফোৰক মন্তব্য