ৰাষ্ট্ৰীয় মাংগালুৰুৰ এছ চি আইৰ গৱেষণাগাৰত ভয়ংকৰ অগ্নিকাণ্ড মাংগালুৰুৰ এছ চি আইৰ গৱেষণাগাৰত ভয়ংকৰ অগ্নিকাণ্ড asomiyapratidin 16 Mar 2019 17:47 IST Follow UsNew Updateমাংগালুৰুত এছ চি আইৰ গৱেষণাগাৰত অগ্নিকাণ্ড।শুকুৰবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড।ইণ্ডিয়ান কোষ্ট গাৰ্ডে চলাই উদ্ধাৰ অভিযান।উদ্ধাৰ অভিযানত ৩৬জনকৈ লোকক বৰ্তমানলৈ জীৱন্তে উদ্ধাৰ।ইয়াৰে ১৬জন বৈজ্ঞানিক।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক