/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/4uas4tlw/download.jpg)
ডিজিটেল ডেস্ক : ৰতন টাটা চিকিৎসাধীন নহয়। বিশিষ্ট উদ্যোগপতিগৰাকী অসুস্থ হৈ মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমযোগে প্ৰচাৰিত খবৰ অস্বীকাৰ কৰিছে স্বয়ং ৰতন টাটাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/8vnqdz1m/GZRQp-HXwAAByD6.jpg)
তেঁওৰ টুইটাৰ হেণ্ডলত আজি ৰতন টাটাই কয় যে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবেহে তেঁও হাস্পতাললৈ গৈছিল। তেঁও অসুস্থ হৈ চিকিৎসাধীন হ’ব লগা হোৱা নাই।
Also Read: বৰমাত প্ৰথম ৰাস মহোৎসৱৰ কাৰ্যালয় মুকলি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us