ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ দিন সলনি

ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ দিন সলনি। ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজস্থানৰ নিৰ্বাচন।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

  • ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ দিন সলনি।

  • ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজস্থানৰ নিৰ্বাচন।

  • পূৰ্বে নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল ২৩ নৱেম্বৰ।

  • উল্লেখ্য যে, ৭ নৱেম্বৰৰ পৰা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।

  • ৩ ডিচেম্বৰত ঘোষণা হ'ব ফলাফল।

rajasthan