/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/35849b61-e619-4a94-84f2-280c731f3eeb/gandhi_family.jpg)
ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক সংগ মাতৃ-ভগ্নীৰ
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি অব্যহত আছে ভাৰত জোড়ো যাত্ৰা। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত চলা এই যাত্ৰাই শনিবাৰে উপস্থিত হৈছে দেশৰ ৰাজধানী দিল্লী মহানগৰত। দিল্লীত উপস্থিত হোৱাৰ লগে লগে ভাৰত জোড়ো যাত্ৰাত পুত্ৰক সংগ দিয়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/513df03f-1114-4024-a12e-065044de4159/BHARAT_jodo.jpg)
শনিবাৰে পুৱাই ভাৰত জোড়ো যাত্ৰাই দিল্লীত উপস্থিত হোৱাৰ লগে লগে দলীয় কৰ্মকৰ্তাই বদৰপুৰৰ পৰা আশ্ৰমলৈ সমগ্ৰ পথছোৱাতেই বেলুন আৰু বেনাৰে সজ্জিত কৰি তোলে। আনহাতে এই যাত্ৰাত মাতৃৰ লগতে ৰাহুল গান্ধীক সংগ দিয়ে ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই।
আৰু পঢ়কঃ বিজেপিৰ মতে, ভাৰত জোড়ো যাত্ৰা য'ত চলিছে তাতেই ক'ভিড আছে: ৰাহুল গান্ধী