New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6acd5149-c1bb-4eff-a14a-be25ede76dae/PTI11_15_2023_000232A_0_1700049504374_1700050180304.avif)
-
ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলবালৈ আহিব প্ৰিয়ংকা গান্ধী।
-
সমষ্টিটোৰ বালাজানত আয়োজিত জনসভাত অংশ ল’ব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
-
২মে’ৰ পৰিৱৰ্তে ১মে’ত ধুবুৰীলৈ আহিব প্ৰিয়ংকা গান্ধী।
-
প্ৰিয়ংকা গান্ধীৰ পূৰ্বৰ সূচী সাল-সলনি কৰা হৈছে।