New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/716011d4-306b-46a0-9e90-e0abbc4bb75c/pic_eimuhurtor_khobor_copy.jpg)
-
আজিৰে পৰা দেশত আৰম্ভ হ’ব 5G সেৱা ।
-
প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে আজি শুভাৰম্ভ কৰিব 5G সেৱা ।
-
নতুন দিল্লীৰ প্রগতি ময়দানত বিশেষ অনুষ্ঠান ।
-
5G সেৱা প্রথমে উপলব্ধ হ’ব কেইখনমান মহানগৰত ।
-
২০২৩ৰ ডিচেম্বৰত সমগ্র দেশতে 5G সেৱা সম্প্রসাৰণ কৰা হ’ব ।