New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ba61d988-f043-4bfc-b1a3-3d796a7debb8/namibia_cheetah.jpg)
নামিবিয়াৰ পৰা ভাৰতলৈ অনা হ’ল ৮ টাকৈ চিতা বাঘ
ভাৰতত উপস্থিত বাঘকেইটা কঢ়িয়াই অনা বিশেষ বিমানখন
মধ্যপ্রদেশৰ কুনো ৰাষ্ট্রীয় উদ্যানত এৰি দিয়া হ’ব বাঘকেইটা
প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে কুনো ৰাষ্ট্রীয় উদ্যানত এৰি দিব বাঘকেইটা
সূদীৰ্ঘ ৭৪ বছৰৰ পিছত ভাৰতত দেখিবলৈ পোৱা যাব চিতা বাঘ