New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ইজৰাইলৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰ অভিযান অব্যাহত
২৩৫গৰাকী ভাৰতীয়ক লৈ দিল্লী পালেহি দ্বিতীয়খন বিমান
ভাৰতীয়ক লৈ দিল্লী বিমান বন্দৰত অৱতৰণ দ্বিতীয়খন বিমান
উদ্ধাৰ কৰা লোকসকলৰ মাজত আছে ৪গৰাকী অসমৰ নাগৰিক
‘অপাৰেশ্যন অজয়’ নামৰ অভিযানেৰে উদ্ধাৰ প্রৱাসী ভাৰতীয়ক
Also Read: আজি মহালয়া, দুৰ্গাপূজালৈ মাজত মাথো কেইটিমান দিন...