New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/36ed6254-0b27-48f3-a978-631166ebf982/Balasor.jpg)
উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত আহত যুৱকক অনা হ’ল অসমলৈ।
GMCHত ভৰ্তি কৰোৱা হ’ল আহত ৰূপক দাসক।
জ্যেষ্ঠ বিষয়া ৰনবীৰ বৰা, ডাঃ তনবীৰ আলমৰ নেতৃত্বত আহিল অসমলৈ।
ৰাজ্যৰ অতিৰিক্ত চিকিৎসা সঞ্চালক ৰনবীৰ বৰা।
বালাছুৰৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি হৈ আছিল ৰূপক দাস।
বিশ্বনাথ চাৰিআলিৰ উত্তৰ মৰলগাঁৱত ঘৰ ৰূপক দাসৰ।