ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ গুলীচালনা, গুৰুতৰভাৱে আহত নৱ দাস

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

  • ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ গুলীচালনা দুৰ্বৃত্তৰ

Advertisment
  • নিজা বাহনৰ পৰা নামি অহাৰ সময়তেই গুলীচালনা কৰে মন্ত্ৰীগৰাকীলৈ লক্ষ্য 

    কৰি

  • বুকুত গুলী লগাৰ বাবে বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন মন্ত্ৰীগৰাকী

  • অচিনাকী দুৰ্বৃত্তই কৰা গুলীচালনাৰ মূল কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই

  • আনহাতে, এই ঘটনা পূৰ্ব পৰিকল্পিত বুলি অনুমান কৰিছে আৰক্ষীয়ে

  • ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে বিজু জনতা দলৰ মূল নেতা গৰাকীক এনেদৰে হত্যাৰ 

    অপচেষ্টাই উত্থাপন কৰিছে বহু প্ৰশ্নৰ

odisha crime