দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৩খন ৰাজ্যৰ সমষ্টিৰ সংখ্যা,পঢ়ক সবিশেষ...

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৩খন ৰাজ্যৰ সমষ্টিৰ সংখ্যা,পঢ়ক সবিশেষ...

ডিজিটেল ডেস্ক : পুৱা ৭-০০বজাৰ লগে লগে দেশৰ ১৩খন ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। দ্বিতীয় পৰ্যায়ত ১৩খন ৰাজ্যৰ ৮৯টা সমষ্টিত অনুষ্ঠিত কৰা হৈছে নিৰ্বাচন। ১৩ৰাজ্যৰ সমষ্টিসমূহ তলত উল্লেখ কৰা হ’ল-

অসমৰ ৫টা সমষ্টি

পশ্চিমবংগৰ ৫টা সমষ্টি

উত্তৰ প্ৰদেশৰ ৮টা সমষ্টি

ত্ৰিপুৰাৰ ১টা সমষ্টি

মণিপুৰৰ ১টা সমষ্টি

ৰাজস্থানৰ ১১টা সমষ্টি

মহাৰাষ্ট্ৰৰ ৯টা সমষ্টি

মধ্যপ্ৰদেশৰ ৭টা সমষ্টি

কেৰালাৰ ২০টা সমষ্টি

কৰ্ণাটকৰ ১৪টা সমষ্টি

জম্মু-কাশ্মীৰৰ ১টা সমষ্টি

ছত্তীশগড়ৰ ৩টা সমষ্টি আৰু বিহাৰৰ ৫টা লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত কৰা হৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১৩ৰাজ্যৰ ৮৯টা সমষ্টিত মুঠ ১২০৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৩খন ৰাজ্যৰ সমষ্টিৰ সংখ্যা,পঢ়ক সবিশেষ...
লোকসভা নিৰ্বাচন ২০২৪ঃ দ্বিতীয় পৰ্যায়ৰ ৬১গৰাকী প্ৰাৰ্থী কোন কোন, সবিশেষ পঢ়ক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in