/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/11c628f1-35cc-47fe-8193-c81ecf61f0ff/noida.jpg)
noida fire
-
উত্তৰ প্ৰদেশৰ নয়দাত ভয়ানক অগ্নিকাণ্ড।
-
নয়দাৰ ছেক্টৰ-৩ৰ এটা অট্টালিকাত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
-
অট্টালিকাটোত আৱদ্ধ হৈ আছিল ১৮ জন লোক।
-
অগ্নিনিৰ্বাপক বাহিনীয়ে সুকলমে উদ্ধাৰ কৰে লোককেইজনক ।
-
১৮ খন অগ্নিনিৰ্বাপক বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে।