নয়দাত ভয়ংকৰ অগ্নিকাণ্ড, ১৮ খন অগ্নিনিৰ্বাপক বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা...

নয়দাৰ ছেক্টৰ-৩ৰ এটা অট্টালিকাত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
noida fire
noida fire
  • উত্তৰ প্ৰদেশৰ নয়দাত ভয়ানক অগ্নিকাণ্ড।

  • নয়দাৰ ছেক্টৰ-৩ৰ এটা অট্টালিকাত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

  • অট্টালিকাটোত আৱদ্ধ হৈ আছিল ১৮ জন লোক।

  • অগ্নিনিৰ্বাপক বাহিনীয়ে সুকলমে উদ্ধাৰ কৰে লোককেইজনক ।

  • ১৮ খন অগ্নিনিৰ্বাপক বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in