/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/04c1cd85-0ac2-400d-b4ca-fce54e639484/uttar_pradesh_13.jpg)
'Towards Just Futures' শীৰ্ষক ৰাষ্ট্ৰীয় কনক্লেভত নয়নজ্যোতি ভূঞাৰ ভাষণ...
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হোৱা 'নেচনেল কনক্লেভ অফ হোমেন ৰাইটছ এণ্ড প্ৰম'টছ অফ ছচিয়েল এণ্ড ইকলজীকেল জাষ্টিছ' শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰে অসমৰ সক্ৰিয় সমাজকৰ্মী নয়নজ্যোতি ভূঞাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7604e8c4-f293-4e1e-830e-7c416de79bb4/0c61f9c1-9c0c-4583-ac54-0afe40b5b849.jpg)
১১ ৰ পৰা ১৩ জুনলৈ অনুষ্ঠিত হোৱা এই সভাত দেশৰ মুঠ ২৪ খন ৰাজ্যৰ ৩০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। অনুষ্ঠানত নয়নজ্যোতি ভূঞাই নিজৰ ভাষণত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ জীৱন, জীৱিকা আৰু পৰিৱৰ্তিত জৈৱ বৈচিত্ৰৰ পৰিৱৰ্তনশীল বিষয়বোৰৰ বিষয়ে দাঙি ধৰে।
Also Read: পথাৰ শুকান, অসহায় কৃষকঃ JCB ৰে নলা খান্দি পথাৰলৈ বোৱাই আনিলে নৈৰ পানী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us