/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/174e757f-e693-44ce-87ef-efcc96fd1ec1/103.jpg)
ডিজিটেল ডেস্ক : বিশ্বৰ শ্ৰেষ্ঠ নেতাসকলৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় নেতা হিচাপে শীৰ্ষস্থান দখল কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। 'মৰ্নিং কনছাল্ট' নামৰ এটা সংস্থাই চলোৱা সমীক্ষাত এই কথা প্ৰকাশ পাইছে।
সমীক্ষা অনুসৰি মোডীৰ জয়প্ৰিয়তাৰ হাৰ হৈছে ৭৬শতাংশ। তালিকাৰ দ্বিতীয় স্থান লাভ কৰিছে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি এলেন বেছটে। তেওঁৰ জনপ্ৰিয়তাৰ হাৰ হৈছে ৬৪ শতাংশ।
আনহাতে তালিকাৰ তৃতীয় স্থান লাভ কৰিছে মেক্সিকোৰ ৰাষ্ট্ৰপতি এন্ড্ৰেজ মেনুৱেল লোপেজ অব্ৰেডে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us