/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4b412cb5-8440-4d41-9127-6d20f30ad6af/b0317106_189a_4119_9a9f_5b64f13a9de5.jpg)
- মোডীৰ মন্ত্ৰীসভাত স্থান লাভ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ। 
- ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ মাৰ্ঘেৰিটাৰ। 
- অসমৰ পৰা দ্বিতীয়গৰাকী মন্ত্ৰীৰূপে শপত ল’ব পবিত্ৰ মাৰ্ঘেৰিটাই। 
- ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটত স্থান লাভ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। 
- শপতগ্ৰহণৰ পূৰ্বে সোণোৱালক চাহমেললৈ নিমন্ত্ৰণ মোডীৰ। 
- ইফালে মোডীৰ মন্ত্ৰীসভাত স্থান লাভ কৰা পবিত্ৰ মাৰ্ঘেৰিটা হৈছে ৰাজ্যসভাৰ সাংসদ। 
- নিৰ্বাচন নেখেলিলেও কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব প্ৰাক্তন বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। 
- নিৰ্বাচনত পৰাজিত হোৱা স্মৃতি ইৰাণীও স্থান পাব মোডীৰ মন্ত্ৰীসভাত। 
- দুয়োগৰাকী নেত্ৰীকে ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰক্ষেপ কৰাৰ পৰিকল্পনা বিজেপিৰ। 
Also Read: মোডী মন্ত্ৰীসভাত অসমৰ পৰা কেৱল সৰ্বানন্দ সোণোৱাল!
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us