/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/cd0d07f4-d5cc-4008-b804-8329d3b0e402/9cb7aaa0_3002_415b_beeb_0a33f0108912.jpg)
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশী আৰু নাই...
-
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশী আৰু নাই।
-
হৃদজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল জ্যেষ্ঠ ৰাজনীতিবিদগৰাকী
-
লোকসভাৰ অধ্যক্ষশ্ৰ আসনো অলংকৃত কৰিছিল মনোহৰ যোশীয়ে।
-
৮৬বছৰ বয়সত মুম্বাইৰ এখন হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে যোশীয়ে।
-
যোশীৰ মৃত্যুত ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ।
-
১৯৯৫চনৰ পৰা ১৯৯৯চনৰ লৈকে তেওঁ মুখ্যমন্ত্ৰী আছিল মহাৰাষ্ট্ৰৰ।
-
২০০২ৰ পৰা ২০০৪চনৰ লৈকে তেওঁ আছিল লোকসভাৰ অধ্যক্ষ।