মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশী আৰু নাই...

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশী আৰু নাই...
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশী আৰু নাই...
  • মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশী আৰু নাই।

  • হৃদজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল জ্যেষ্ঠ ৰাজনীতিবিদগৰাকী

  • লোকসভাৰ অধ্যক্ষশ্ৰ আসনো অলংকৃত কৰিছিল মনোহৰ যোশীয়ে।

  • ৮৬বছৰ বয়সত মুম্বাইৰ এখন হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে যোশীয়ে।

  • যোশীৰ মৃত্যুত ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ।

  • ১৯৯৫চনৰ পৰা ১৯৯৯চনৰ লৈকে তেওঁ মুখ্যমন্ত্ৰী আছিল মহাৰাষ্ট্ৰৰ।

  • ২০০২ৰ পৰা ২০০৪চনৰ লৈকে তেওঁ আছিল লোকসভাৰ অধ্যক্ষ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in