Advertisment

মধ্যপ্ৰদেশত আগবাঢ়িছে কমল নাথ, শিৱৰাজঃ চলি আছে তীব্ৰ যুঁজ...

মধ্যপ্ৰদেশত আগবাঢ়িছে কমল নাথ, শিৱৰাজঃ চলি আছে তীব্ৰ যুঁজ...

author-image
Asomiya Pratidin
New Update
মধ্যপ্ৰদেশত আগবাঢ়িছে কমল নাথ, শিৱৰাজঃ চলি আছে তীব্ৰ যুঁজ...

মধ্যপ্ৰদেশত আগবাঢ়িছে কমল নাথ, শিৱৰাজঃ চলি আছে তীব্ৰ যুঁজ...

ডিজিটেল ডেস্কঃ আজি ভোটগণনা হোৱা ৪ ৰাজ্যৰ ভিতৰত সৰ্বাধিক আসন মধ্যপ্ৰদেশৰ। ৰাজ্যখনৰ ২৩০ খন আসনৰ বাবে হোৱা নিৰ্বাচনৰ ভোটণগনা ইতিমধ্যে অব্যাহত আছে।

Advertisment

এক্সিট পোলে ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ যুঁজ হ'ব বুলি পূৰ্বানুমান কৰিছিল। এক্সিট পোলৰ সেই কথাই যেন এতিয়া শুদ্ধ হ'বলৈ আগবাঢ়িছে। ৰাজ্যখনত এই পৰ্যন্ত বিজেপিৰ প্ৰাৰ্থী প্ৰায় ১০০ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ৭৫ গৰাকী প্ৰাৰ্থী আগবাঢ়ি আছে।

ৰাজ্যখনৰ দুই শক্তিশালী প্ৰাৰ্থী কংগ্ৰেছৰ কমল নাথ, বিজেপিৰ শিৱৰাজ সিং চৌহান আগবাঢ়ি আছে। অৱশ্যে কেইবাখনো আসনত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী পিছপৰি আছে।

Also Read: প্ৰথম আধা ঘণ্টাত কোন ৰাজ্যত কোন দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে, চাওঁক সবিশেষ...

বিধানসভা নিৰ্বাচন মধ্যপ্ৰদেশ