বছৰৰ শেষৰটো সম্পূৰ্ণ চন্দ্ৰ গ্ৰহণ: ক'ত ক'ত হ'ব প্ৰত্যক্ষ...

বছৰটোৰ অন্তিমটো সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ ৮ নৱেম্বৰ,২০২২ত হ'ব। ই প্ৰায় ৮৫ মিনিটৰ বাবে হ'ব ।
lunar-eclipse
lunar-eclipse

ডিজিটেল ডেস্ক: বছৰটোৰ অন্তিমটো সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ ৮ নৱেম্বৰ,২০২২ত হ'ব। ই প্ৰায় ৮৫ মিনিটৰ বাবে হ'ব । উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, এছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ কিছু অংশৰ স্কাইগেজাৰসকলে এই গ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰিব।

যেতিয়া সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ সম্পূৰ্ণৰূপে বা নিকটতম স্থানত একে ৰৈখিক হয় তেতিয়া চন্দ্ৰ গ্ৰহণ হয়।

পৰৱৰ্তী সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ তিনি বছৰ পিছত ২০২৫ চনৰ ১৪ মাৰ্চত হ'ব। খনে আংশিক চন্দ্ৰগ্ৰহণৰ সাক্ষী হৈ থাকিব।

নাছাৰ মতে, ৮ নৱেম্বৰত পুৱা ৪:৪৪ বজাত (ভাৰতীয় সময় অনুসৰি ২:১৪ বজাত) আংশিক চন্দ্ৰগ্ৰহণ হোৱাৰ সম্ভাৱনা আছে। সম্পূৰ্ণ গ্ৰহণ পৰ্যায়, যাক ব্লাড মুন বুলিও কোৱা হয়। প্ৰায় এঘণ্টা পিছত একেদিনাই পুৱা ৫ বাজি ১৭ মিনিটত (ভাৰতীয় সময় মতে২.৪৭ বজাত) হ'ব ।

গ্ৰহণটো ভাৰতীয় সময় মতে আবেলি ৪.২৯ বজাত শীৰ্ষত থাকিব আৰু পুৱা ৬.৪২ বজাত (ভাৰতীয় সময় অনুসৰি আবেলি 4:12 বজাত) সমাপ্ত হ'ব।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in