সমকামী দম্পতীক আইনী স্বীকৃতি ! ২৮ নৱেম্বৰত পুনৰ শুনানি

সমকামী দম্পতীক আইনী স্বীকৃতি ! ২৮ নৱেম্বৰত পুনৰ শুনানি

ডিজিটেল ডেস্ক : সমকামী দম্পতীৰ আইনী স্বীকৃতি সন্দৰ্ভত পূৰ্বে দিয়া ৰায় পুনৰ বিবেচনাৰ বাবে সন্মত হৈছে উচ্চতম ন্যায়ালয়। ২৮ নৱেম্বৰত এই গোচৰৰ পুনৰ শুনানি হ'ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে সমকামী দম্পতীক আইনী স্বীকৃতিৰ বিৰুদ্ধে ৰায়দান দিছিল। লগতে উল্লেখ কৰিছিল যে একমাত্ৰ সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহে সমকামী বিবাহক বৈধতা দিব পাৰিব।

সমকামী দম্পতীক আইনী স্বীকৃতি ! ২৮ নৱেম্বৰত পুনৰ শুনানি
আজি লাচিত দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in