
গুজৰাটত ভাৰতীয় নৌ সেনা বাহিনীৰ বৃহৎ সফলতা
পাকিস্তানৰ ভাৰতত কূটাঘাতৰ বাবে কৰা পৰিকল্পনা বিফল
পাকিস্তানৰ পৰা অহা ড্রাগছ, অস্ত্র-শস্ত্রভৰ্তি এখন নাও জব্দ
নাওখনত থকা ১০জন সন্দেহজনক লোকক গ্রেপ্তাৰ
প্রায় ৪০কেজি ড্রাগছ নাওখনৰ পৰা
ড্রাগছখিনিৰ মূল্য ৩০০ কোটি টকা
চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাইছিল নৌ সেনাই