New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c159bd16-48b2-4670-a614-7de1d8e10e0b/download.jpg)
আজি 'কা' আইন সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত
মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ আদালতত শুনানি
সৰ্বমুঠ ২৩১খন আবেদনৰ ওপৰত হ’ব শুনানি
আছু, যুৱ ছাত্র পৰিষদকে ধৰি বহু দল-সংগঠন তথা ব্যক্তিয়ে তৰিছিল গোচৰ
এই গোচৰ সন্দৰ্ভতে আজি শুনানি হ’ব উচ্চতম ন্যায়ালয়ত