আজি 'কা' আইন সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত

আজি 'কা' আইন সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত
  • আজি 'কা' আইন সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত

  • মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ আদালতত শুনানি

  • সৰ্বমুঠ ২৩১খন আবেদনৰ ওপৰত হ’ব শুনানি

  • আছু, যুৱ ছাত্র পৰিষদকে ধৰি বহু দল-সংগঠন তথা ব্যক্তিয়ে তৰিছিল গোচৰ

  • এই গোচৰ সন্দৰ্ভতে আজি শুনানি হ’ব‍ উচ্চতম ন্যায়ালয়ত

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in