/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/72c6851c-1e94-4c35-9a7a-ca1d0953e279/111.jpg)
-
আজি গুজৰাটত প্রথম পর্যায়ৰ নির্বাচন
-
৮৯ টা সমষ্টিত অনুষ্ঠিত হ'ব প্রথম পর্যায়ৰ ভোটগ্রহণ
-
প্রথম পর্যায়ৰ নির্বাচনত অৱতীর্ণ হৈছে ৭৮৮গৰাকী প্রার্থী
-
১৯ খন জিলাক সামৰি প্রথম পর্যায়ৰ নির্বাচন
-
প্রথম পর্যায়ৰ নির্বাচনত আছে ২৫,৪৩৪টা ভোটকেন্দ্র
-
প্রথম পর্যায়ত ভোটাৰৰ সংখ্যা ২,৩৯,৭৬,৬৭০গৰাকী
-
১,২৪,৩৩,৩৬২গৰাকী পুৰুষ ভোটাৰ
-
১,১৫,৪২,৮১১গৰাকী মহিলা ভোটাৰ