গুগলৰ চাৰ্ভাৰ ডাউন, ব্যৱহাৰকাৰী পৰিছে সমস্যাত...

বৃহস্পতিবাৰৰ দিনটোত গুগলৰ চাৰ্ভাৰ ডাউন হৈ পৰাৰ ফলত ব্যৱহাৰকাৰীসকল সমস্যাত পৰে । ফলত জিমেইল, ইউটিউব, গুগল ড্ৰাইভ বহুতো ব্যৱহাৰকাৰীয়ে খুলিবলৈ সক্ষম নহ’ল ।
গুগলৰ চাৰ্ভাৰ ডাউন, ব্যৱহাৰকাৰী পৰিছে সমস্যাত...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰৰ দিনটোত গুগলৰ চাৰ্ভাৰ ডাউন হৈ পৰাৰ ফলত ব্যৱহাৰকাৰীসকল সমস্যাত পৰে । ফলত জিমেইল, ইউটিউব, গুগল ড্ৰাইভ বহুতো ব্যৱহাৰকাৰীয়ে খুলিবলৈ সক্ষম নহ’ল ।

ব্যৱহাৰকাৰীসকলৰ মন্তব্য অনুসৰি গুগলে পুৱা 11:22 ৰ পৰা কাৰ্যক্ষম হোৱা নাই । ইয়াৰ বিপৰীতে জিমেইলত ভাৰতীয় সময় অনুসৰি পুৱা 11:22 বজাৰ পৰা কাৰ্যক্ষম হোৱা নাই । আৰু ইউটিউবে ভাৰতীয় সময় মতে ৰাতিপুৱা 11:19 বজাৰ পৰা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে ।

ব্যৱসাৰকাৰী অভিযোগৰ ভিত্তিত ডাউন ডিটেকটৰে এই সমস্যাৰ কথাটো নিশ্চিত কৰিছে ।লগতে টুইট কৰি কয় যে ভাৰতীয় ব্যৱসাৰকাৰীসকলে গুগল, জি মেইল, ইউটিব ব্যৱহাৰৰ ক্ষেত্ৰত আজি দিনৰ ১১ বজাৰ পিছৰে পৰা সমস্যা পাইছে।

গুগলৰ চাৰ্ভাৰ ডাউন, ব্যৱহাৰকাৰী পৰিছে সমস্যাত...
পিতা-পুত্ৰই মিলি ধৰ্ষণ কৰিলে নাবালিকাক, গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in