/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মানকাচৰ-বাংলাদেশ সীমান্তত BSF ৰ গুলীত চোৰাং গৰু সৰবৰাহকাৰী নিহত...
জম্মু-কাশ্মীৰত ভাৰত-পাক সীমান্তত গুলীচালনা।
পাকিস্তানৰ গুলীচালনাত আহত সেনাৰ দুই জোৱানসহ ৫জন লোক।
আৰ্নিয়াত সংঘটিত হৈছে এই ঘটনা।
পাকিস্তানৰ গুলীচালনাত ৫টাকৈ বাসগৃহৰ ক্ষতি।
নিশা বাংকাৰত আশ্রয় গ্রহণ আতংকিত সীমান্তবাসীৰ।
Also Read: পৰ্যটন বৰ্ষৰ আৰম্ভণিতেই বন্ধ কাজিৰঙাৰ চৰকাৰী অতিথিশালা