New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d1ff7cae-f7e8-4830-9346-50bdadc826ae/111.jpg)
লখিমপুৰৰ ম’হঘূলিত ভয়ংকৰ ঘটনা
উন্মত্ত যুৱকৰ আক্রমণত আহত ৪ জন
সূৰুজ আলীয়ে চোকা অস্ত্রৰে আক্রমণ কৰে চাৰিওজনক
আহত চাৰিওজনক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি
ৰাইজে ঘাতক সূৰুজক কৰায়ত্ত কৰি চমজাই দিয়ে আৰক্ষীক
টকা-পইচা লেনদেনৰ বাবে সংঘটিত হয় এই ঘটনা