লখিমপুৰৰ ম’হঘূলিত ভয়ংকৰ ঘটনা

লখিমপুৰৰ ম’হঘূলিত ভয়ংকৰ ঘটনা
  • লখিমপুৰৰ ম’হঘূলিত ভয়ংকৰ ঘটনা

  • উন্মত্ত যুৱকৰ আক্রমণত আহত ৪ জন

  • সূৰুজ আলীয়ে চোকা অস্ত্রৰে আক্রমণ কৰে চাৰিওজনক

  • আহত চাৰিওজনক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি

  • ৰাইজে ঘাতক সূৰুজক কৰায়ত্ত কৰি চমজাই দিয়ে আৰক্ষীক

  • টকা-পইচা লেনদেনৰ বাবে সংঘটিত হয় এই ঘটনা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in