তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীলৈ ইডিৰ চমন

তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীলৈ ইডিৰ চমন

ডিজিটেল ডেস্কঃ তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীলৈ চমন জাৰি কৰিছে বলবৎকাৰী সঞ্চালকালয়ে। পশ্চিম বংগৰ শিক্ষক নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত গোচৰ সন্দৰ্ভত বৃহস্পতিবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে নেতাগৰাকীক।

তৃণমূল কংগ্ৰেছৰ বিশিষ্ট নেতা অভিষেক বেনাৰ্জীয়ে দুৰ্নীতিৰ অভিযোগকে ধৰি বিভিন্ন গোচৰত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই) আৰু ইডি দুয়োটাৰে বাৰে বাৰে চমনৰ সন্মুখীন হৈ আহিছে। অহা ৯ নৱেম্বৰৰ পুৱা ১১:৩০ বজাত কলকাতাত তদন্তত যোগদান কৰাৰ কথা নেতাগৰাকীৰ।

তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীলৈ ইডিৰ চমন
উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল বিধায়ক আফতাব উদ্দীন মোল্লা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in