ভাল খবৰ ! প্ৰতিগৰাকী কৃষকে বছৰি পাব ৬,০০০ টকা

ভাল খবৰ ! প্ৰতিগৰাকী কৃষকে বছৰি পাব ৬,০০০ টকা

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ কৃষকক লৈ ৰাজ্য চৰকাৰৰ পদক্ষেপ। ৰাজ্যখনৰ কৃষকসকলে প্ৰতিবছৰে লাভ কৰিব আৰ্থিক সাহাৰ্য। ৰাজ্যখনৰ কৃষকসকলক বছৰি ৬,০০০ টকাকৈ আৰ্থিক সাহাৰ্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

মঙলবাৰে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী একনাথ সিন্দে এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰ কৃষকসকলৰ বাবে পূৰ্বে গ্ৰহণ কৰা সিন্ধান্তক আদৰণি জনাই ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰী সিন্দে কেবিনেট বৈঠকত উল্লেখ কৰে যে, ৰাজ্যখনৰ কৃষকসকলৰ বাবে এক সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক বছৰি ৬,০০০ টকা দিয়াৰ সিদ্ধান্ত লৈছিল।

ৰাজ্য চৰকাৰেয়ো কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক সন্মতি প্ৰকাশ কৰে। য'ত ৰাজ্যখনৰ কৃষকসকলক ৬,০০০ টকাকৈ দিয়া হ'ব।

ভাল খবৰ ! প্ৰতিগৰাকী কৃষকে বছৰি পাব ৬,০০০ টকা
অশান্ত মণিপুৰ : অমিত শ্বাহৰ ভূমিকাকলৈ অসন্তুষ্ট মমতা বেনাৰ্জী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in