ডিজিটেল ডেস্ক: ডিএমকে (Dravida munnetra kazhagam) উপ সাধাৰণ সম্পাদক এ ৰাজাই এক সমূদায় সম্পৰ্কে কৰা মন্তব্যই এক বিতৰ্কৰ সৃষ্টি কৰিছে। বিজেপিয়ে এই মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁৰ এই মন্তব্যৰ দ্বাৰা সম্প্ৰদায় সমূহৰ মাজত ঘৃণা সৃষ্টি কৰিব লগতে অসন্তুষ্টি বৃদ্ধি কৰিব।
সাংসদ ৰাজাই দাবী কৰিছিল যে মনুস্মৃতিত শূদ্ৰক অপমান কৰা হৈছিল আৰু সমতা, শিক্ষা, নিযুক্তি আৰু মন্দিৰত প্ৰৱেশ দিয়াত বাধা দিছিল।
ডিএমকেৰ এখন ৰাজহুৱা সভাত ভাষণ দি ৰাজাই কয়, "যেতিয়ালৈকে আপুনি হিন্দু, আপুনি এজন শূদ্ৰ। যেতিয়ালৈকে আপুনি শূদ্ৰ, আপুনি এগৰাকী বেশ্যাৰ সন্তান। যেতিয়ালৈকে আপুনি হিন্দু, আপুনি পঞ্চমন (দলিত) হৈ থাকিব। যেতিয়ালৈকে আপুনি হিন্দু, আপুনি অস্পৃশ্য," ।
সাংসদ গৰাকীৰ এই ভিডিঅ সৰ্বত্ৰে ভাইৰেল হৈ পৰাৰ লগে লগে বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বিজেপিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাও দেখা গৈছে।
যেতিয়ালৈকে আপুনি হিন্দু তেতিয়ালৈকে...ডিএমকে নেতাৰ বিবাদিত মন্তব্য
ডিএমকে (Dravida munnetra kazhagam) উপ সাধাৰণ সম্পাদক এ ৰাজাই এক সমূদায় সম্পৰ্কে কৰা মন্তব্যই এক বিতৰ্কৰ সৃষ্টি কৰিছে।
dmk leader